বুধবাৰ, মে’ 8, 2024
বুধবাৰ, মে’ 8, 2024

Home 2024 জানুৱাৰী

Monthly Archives: জানুৱাৰী 2024

Fact Check: অযোধ্যা ৰাম মন্দিৰৰ দানপাত্ৰৰ নামত ভাইৰেল হ’ল আন মন্দিৰৰ ভিডিঅ’

ভাইৰেল ভিডিঅ’টো ৰাজস্থানৰ চিট্টোৰগড়ত অৱস্থিত সাৱলীয়া ছেঠ মন্দিৰৰ। এইটো অযোধ্যাৰ ৰাম মন্দিৰ দানপাত্ৰৰ ভিডিঅ' নহয়।

Fact Check: ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে, ১৬ এপ্ৰিল মাথো এক সাম্ভাৱ্য তাৰিখহে

১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে। ভাইৰেল দাবী ভুৱা।

Fact Check: অযোধ্যাত ৰাম মন্দিৰত প্ৰাণপ্ৰতিষ্ঠাৰ কথা শুনি বান্দৰ সেনা অযোধ্যাত উপস্থিত? ভিডিঅ’টোৰ সত্যতা কি?

এই ভিডিঅ’ ভাৰতৰ অযোধ্যাৰ নহয়, বৰং থাইলেণ্ডৰহে। আনহাতে এই ভিডিঅ’ শেহতীয়া নহয়, বৰং ২০২০ ৰেই। ভাইৰেল দাবী মিছা।

Fact Check: আদিত্য এল ১ এ প্ৰেৰণ কৰা সূৰ্যৰ ফটো নহয় এয়া, ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ

ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। সেই ফটোবোৰৰ প্ৰথমখন শিল্পীৰ সৃষ্টি, আনফালে বাকীবোৰ ফটো ইতিপূৰ্বেই একাধিক এষ্ট্ৰোফটোগ্ৰাফাৰে সংগ্ৰহ কৰা ফটো। ফটোবোৰ ইছৰোই প্ৰেৰণ কৰা আদিত্য এল ১ এ লোৱা শেহতীয়া ফটো নহয়।