বুধবাৰ, ছেপ্টেম্বৰ 27, 2023
বুধবাৰ, ছেপ্টেম্বৰ 27, 2023

Fact Check: কানাডাত RSS ক নিষিদ্ধ কৰা হৈছে নেকি? ভাইৰেল দাবীৰ আঁৰৰ তথ্য ইয়াত পঢ়ক

কানাডাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক নিষিদ্ধ কৰা ভাইৰেল দাবীটো ভুৱা। কানাডিয়ান চৰকাৰে এতিয়ালৈকে আৰএছএছক নিষিদ্ধ কৰাৰ কোনো নিৰ্দেশ জাৰি কৰা নাই।

NEWS

Fact Check: পৰম্পৰাগত গণেশৰ মূৰ্তি নিৰ্মাণকাৰী ভাস্কৰ্য শিল্পীৰ বিৰুদ্ধে তামিলনাডু চৰকাৰৰ...

তামিলনাডু চৰকাৰে পৰম্পৰাগত গণেশ মূৰ্তি ব্যৱসায়ত নিষেধাজ্ঞা আৰোপ কৰি অন্যায় কৰাৰ দাবী মিছা। নিয়ম ভংগ কৰি মূৰ্তি নিৰ্মাণ কৰা সকলৰ বিৰুদ্ধেহে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Fact Check: অসমৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ লৈ বৃদ্ধি কৰা...

অসমৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অৱসৰৰ বয়স ৬০ বছৰেই বাহাল আছে। অৱসৰৰ বয়স বৃদ্ধি কৰাৰ বাবে কোনো নিৰ্দেশনা জাৰি হোৱা নাই।

POLITICS

মেহবুবা মুফতিৰ কন্যাই ‘OMKARA’ত অভিনয় কৰিছিল নেকি? ইৰতিকা আৰু ইলতিজা মুফতি...

মেহবুবা মুফতিৰ কন্যাৰ বিষয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দাবীটো ভুৱা। দাবীটোত উল্লেখ কৰা অনুসৰি ইৰতিকা মুফতিয়ে ওমকাৰা চলচ্চিত্ৰত অভিনয় কৰা নাছিল। আনগৰাকী কন্যা ইলতিজা মুফতিও আইএফএছ বিষয়া হিচাপে বৰ্তমান লণ্ডনত নাই, বৰঞ্চ ২০১৫ চনৰ পৰাই তেওঁ শ্ৰীনগৰত বাস কৰি আছে।

VIRAL

Fact Check: কানাডাত RSS ক নিষিদ্ধ কৰা হৈছে নেকি? ভাইৰেল দাবীৰ আঁৰৰ তথ্য ইয়াত...

কানাডাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক নিষিদ্ধ কৰা ভাইৰেল দাবীটো ভুৱা। কানাডিয়ান চৰকাৰে এতিয়ালৈকে আৰএছএছক নিষিদ্ধ কৰাৰ কোনো নিৰ্দেশ জাৰি কৰা নাই।

Fact Check: পৰম্পৰাগত গণেশৰ মূৰ্তি নিৰ্মাণকাৰী ভাস্কৰ্য শিল্পীৰ বিৰুদ্ধে তামিলনাডু চৰকাৰৰ অন্যায়? ভাইৰেল দাবী...

তামিলনাডু চৰকাৰে পৰম্পৰাগত গণেশ মূৰ্তি ব্যৱসায়ত নিষেধাজ্ঞা আৰোপ কৰি অন্যায় কৰাৰ দাবী মিছা। নিয়ম ভংগ কৰি মূৰ্তি নিৰ্মাণ কৰা সকলৰ বিৰুদ্ধেহে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Fact Check: চন্দ্ৰযান-৩ৰ সাফল্যৰ ফটো বুলি ভাইৰেল হ’ল ‘মাৰ্চ অৰ্বিটাৰ স্পেচক্ৰাফ্ট’ৰ সাফল্যৰ পুৰণি ফটো

ইছৰোৰ সাফল্যত উৎফুল্লিত বৈজ্ঞানিকসকলৰ এই ফটো চন্দ্ৰযান-৩ মিছনৰ নহয়, বৰং ২০১৩ চনতে উৎক্ষেপন কৰা ‘মাৰ্চ আৰ্বিটাৰ স্পেচক্ৰাফ্ট’ৰ সাফল্যৰ ১০ বছৰ পুৰণি ফটো।

RELIGION

Fact Check

Science & Technology

FactCheck: চন্দ্ৰপৃষ্ঠত অশোক স্তম্ভ আৰু ইছৰ’ৰ ছবি প্ৰকৃত নহয়, ফটোশ্বপৰ দ্বাৰা প্ৰস্তুত কৰা ছবি ভাইৰেল

চন্দ্ৰপৃষ্ঠত অশোক স্তম্ভ আৰু ইছৰোৰ ল’গ’ৰ ছাপ ফটোশ্বপৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে, এয়া চন্দ্ৰপৃষ্ঠৰ ছবি নহয়। এগৰাকী শিল্পীয়ে চন্দ্ৰযানৰ সফলতাৰ শুভেচ্ছা হিচাপে প্ৰস্তুত কৰিছিল এই ছবি।

COVID-19 Vaccine

DAILY READS

Coronavirus

Most Popular

LATEST ARTICLES

Fact Check: কানাডাত RSS ক নিষিদ্ধ কৰা হৈছে নেকি? ভাইৰেল দাবীৰ আঁৰৰ তথ্য ইয়াত পঢ়ক

কানাডাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক নিষিদ্ধ কৰা ভাইৰেল দাবীটো ভুৱা। কানাডিয়ান চৰকাৰে এতিয়ালৈকে আৰএছএছক নিষিদ্ধ কৰাৰ কোনো নিৰ্দেশ জাৰি কৰা নাই।

Fact Check: পৰম্পৰাগত গণেশৰ মূৰ্তি নিৰ্মাণকাৰী ভাস্কৰ্য শিল্পীৰ বিৰুদ্ধে তামিলনাডু চৰকাৰৰ অন্যায়? ভাইৰেল দাবী মিছা

তামিলনাডু চৰকাৰে পৰম্পৰাগত গণেশ মূৰ্তি ব্যৱসায়ত নিষেধাজ্ঞা আৰোপ কৰি অন্যায় কৰাৰ দাবী মিছা। নিয়ম ভংগ কৰি মূৰ্তি নিৰ্মাণ কৰা সকলৰ বিৰুদ্ধেহে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Fact Check: অসমৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ লৈ বৃদ্ধি কৰা হোৱা নাই, ভাইৰেল দাবী ভুৱা

অসমৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অৱসৰৰ বয়স ৬০ বছৰেই বাহাল আছে। অৱসৰৰ বয়স বৃদ্ধি কৰাৰ বাবে কোনো নিৰ্দেশনা জাৰি হোৱা নাই।

মেহবুবা মুফতিৰ কন্যাই ‘OMKARA’ত অভিনয় কৰিছিল নেকি? ইৰতিকা আৰু ইলতিজা মুফতি সন্দৰ্ভত ভাইৰেল দাবী মিছা

মেহবুবা মুফতিৰ কন্যাৰ বিষয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দাবীটো ভুৱা। দাবীটোত উল্লেখ কৰা অনুসৰি ইৰতিকা মুফতিয়ে ওমকাৰা চলচ্চিত্ৰত অভিনয় কৰা নাছিল। আনগৰাকী কন্যা ইলতিজা মুফতিও আইএফএছ বিষয়া হিচাপে বৰ্তমান লণ্ডনত নাই, বৰঞ্চ ২০১৫ চনৰ পৰাই তেওঁ শ্ৰীনগৰত বাস কৰি আছে।

Fact Check: শিক্ষাসেঁতু এপ্প বন্ধ হোৱা নাই, বাতৰিকাকতৰ প্ৰতিবেদন মিছা

শিক্ষাসেঁতু এপ্প বন্ধ হোৱা নাই। আনকি এপ্প বন্ধ হোৱাৰ বাবে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষামন্ত্ৰীক কৃতজ্ঞতাও জনোৱা নাই। শিক্ষাসেঁতু বিসংগতি তাৎক্ষণিকভাৱে আঁতৰোৱাৰ বাবেহে শিক্ষামন্ত্ৰীক কৃতজ্ঞতা জনাইছিল শিক্ষক সন্থাই।