শুক্ৰবাৰ, নৱেম্বৰ 22, 2024
শুক্ৰবাৰ, নৱেম্বৰ 22, 2024

Home Search

muslim - search results

If you're not happy with the results, please do another search

‘ইউৰোপত ইছলামৰ কোনো স্থান নাই’, ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনতে দিয়া মন্তব্য শেহতীয়া বুলি ভাইৰেল

ভাইৰেল ভিডিঅ’টো ইটালীৰ ৰোমত অনুষ্ঠিত ৰাজনৈতিক বৈঠকত প্ৰদান কৰা নহয়। ভিডিঅ’টো ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ইণ্টাৰনেটত উপলব্ধ, যিটো জৰ্জিয়া মেলোনিয়ে ইটালীৰ এগৰাকী ৰাজনীতিবিদৰ বক্তব্যৰ সৈতে সন্মতি প্ৰকাশ কৰিছে।

Fact Check: ভগ্নীক হেৰুৱাই কান্দি থকা ছিৰিয়াৰ শিশুটিৰ পুৰণি ফুটেজ ভাইৰেল ইজৰাইল-পেলেষ্টাইন সংঘাত বুলি

ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয় আৰু কমেও ৯ বছৰ পুৰণি, আৰু ২০১৪ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে, আৰু শেহতীয়াকৈ ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

Fact Check: কানাডাত RSS ক নিষিদ্ধ কৰা হৈছে নেকি? ভাইৰেল দাবীৰ আঁৰৰ তথ্য ইয়াত...

কানাডাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক নিষিদ্ধ কৰা ভাইৰেল দাবীটো ভুৱা। কানাডিয়ান চৰকাৰে এতিয়ালৈকে আৰএছএছক নিষিদ্ধ কৰাৰ কোনো নিৰ্দেশ জাৰি কৰা নাই।