বৃহস্পতিবাৰ, মে’ 9, 2024
বৃহস্পতিবাৰ, মে’ 9, 2024

LATEST ARTICLES

বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ যোগেদি মাত্ৰ ৫, ১০, বা ১৫ দিনতে তেল ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধানৰ প্ৰমাণহীন দাবী!

চুলি সৰা বিভিন্ন কাৰণত হ’ব পাৰে আৰু তেলৰ ব্যৱহাৰেৰে চুলিৰ সামগ্ৰিক স্বাস্থ্য উপকৃত হ’ব পাৰে যদিও ই পুষ্টিজনিত আৰু জিনীয় কাৰকৰ বাবে চুলি সৰাৰ সমাধান কৰিব নোৱাৰে।

বিশ্বকাপৰ ফাইনেলত ১.৫ লাখ লোকে জপ কৰিলে হনুমান চলিছা? ভুৱা দাবীৰে সম্পাদনা কৰা ভিডিঅ’ ভাইৰেল

ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ’টোত দৰ্শন ৰাৱাল নামৰ এগৰাকী শিল্পীয়ে এক অনুষ্ঠান পৰিৱেশন কৰিছিল, সেই ভিডিঅ’টোকেই হনুমান চালিছাৰে সম্পাদনা কৰা হৈছে।

তিনি ইজৰাইলী যুৱতীয়ে উদণ্ড যুৱকক ধৰাশায়ী কৰাৰ ভাইৰেল ভিডিঅ’ প্ৰকৃততে নাটকীয়

ভাইৰেল ভিডিঅ’টো প্ৰকৃততে এটা নাটকীয় ৰূপ আৰু ভিডিঅ’টোত দেখা যুৱক-যুৱতীসকল হৈছে পেছাদাৰী ষ্টাণ্ট আৰ্টিষ্ট।

Fact Check: কংগ্ৰেছ দলৰ প্ৰতীক হাতৰ চিহ্নৰ সৈতে কি সম্পৰ্ক ইছলামিক বিশ্বাসৰ? জানক ভাইৰেল পোষ্টৰ আঁৰৰ কাহিনী

কংগ্ৰেছ দলক বৰ্তমানৰ নিৰ্বাচনী প্ৰতীক হাতৰ চিহ্ন প্ৰদান কৰিছিল নিৰ্বাচন আয়োগে , ইয়াৰ সৈতে ইছলামিক প্ৰতীক বা আইকন’গ্ৰাফীৰ সৈতে কোনো সম্পৰ্ক নাই।

Fact Check: হাপানী বিয়পাবলৈ চীনে প্ৰস্তুত কৰা আতচবাজীৰ বিৰুদ্ধে কোনো পৰামৰ্শ জাৰি কৰা নাই গৃহ মন্ত্ৰালয়ে

ভাইৰেল হোৱা এই পোষ্টটো ভিত্তিহীন। ভাৰতৰ গৃহ মন্ত্ৰালয়ে এনেধৰণৰ কোনো নিৰ্দেশনা বা আহ্বান জাৰি কৰা নাই। ভাইৰেল পোষ্ট ভুৱা।

Fact Check: ভাইৰেল ফটোবোৰ অযোধ্যা ৰে’লৱে ষ্টেচনৰ নহয়, এয়া AI Tools ব্যৱহাৰ কৰি সৃষ্টি কৰা ফটোহে

ভাইৰেল হোৱা ফটোবোৰ অযোধ্যা ৰে’ল ষ্টেশ্যনৰ নহয়। এই ফটোবোৰ AI ৰ মাধ্যমেৰে প্ৰস্তুত কৰা হৈছে। অযোধ্যা ৰে’ল ষ্টেশ্যনৰ সৈতে এই ফটোবোৰৰ কোনো সম্পৰ্ক নাই। ভাইৰেল পোষ্ট ভুৱা।