সোমবাৰ, মে’ 20, 2024
সোমবাৰ, মে’ 20, 2024

LATEST ARTICLES

Fact Check: পোছাকৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই উৰ্ফি জাভেদ, বাতৰি প্ৰতিবেদন ভুৱা

ভাইৰেল ভিডিঅ’ৰ আধাৰত পৰিৱেশন কৰা বাতৰি ভুৱা। উৰ্ফি জাভেদক অশালীন পোছাক পৰিধান কৰাৰ বাবে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। বাতৰিৰ সৈতে কৰা দাবী সম্পূৰ্ণৰূপে ভুৱা।

Fact Check: ৰতন টাটাই আফগান ক্ৰিকেটাৰ ৰছিদ খানক ১০ কোটি টকা দিব? ভাইৰেল দাবী ভুৱা

পাকিস্তানৰ সৈতে খেলখনৰ পিছত আফগান ক্ৰিকেটাৰ ৰছিদ খানে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰা নাছিল, আৰু ইয়াৰ বাবে আইচিচিয়ে তেওঁক জৰিমনাও বিহা নাছিল। ৰতন টাটাই ক্ৰিকেটাৰজনৰ বাবে ১০ কোটি টকা ঘোষণা কৰা দাবীটোও মিছা।

Fact Check: ভাইৰেল নৃত্যশিল্পীগৰাকী ৰাণু মণ্ডলৰ কন্যা নহয়, ভুৱা দাবীৰে বাতৰি পৰিৱেশন

ৰাণু মণ্ডলৰ সৈতে কাজিয়াত লিপ্ত ছোৱালীগৰাকী ৰাণু মণ্ডলৰ কন্যা নহয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এগৰাকী নৃত্যশিল্পীহে।

বিজেপিয়ে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে ‘ফ্ৰী ৰিচার্জ যোজনা’ আৰম্ভ কৰিছে! এনে কোনো আঁচনি মুকলি কৰা নাই বিজেপিয়ে

বিজেপিয়ে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে ‘ফ্ৰী ৰিচার্জ যোজনা’ আৰম্ভ কৰিছে! এনে কোনো আঁচনি মুকলি কৰা নাই বিজেপিয়ে

চলিত ইজৰাইল–পেলেষ্টাইনৰ সংঘাতত আহত হোৱাৰ অভিনয়? নহয়, ভাইৰেল ভিডিঅ’টো গাজাত চিকিৎসা প্ৰশিক্ষণ এটা অংশ

মেকআপ আৰ্টিষ্ট মৰিয়াম চালাহে ২০১৭ চনত ফ্ৰান্সৰ এক দাতব্য অনুষ্ঠান Doctors of the World ৰ চিকিৎসা প্ৰশিক্ষণ অনুশীলনত সহায় আগবঢ়াইছিল।

Fact Check: ভগ্নীক হেৰুৱাই কান্দি থকা ছিৰিয়াৰ শিশুটিৰ পুৰণি ফুটেজ ভাইৰেল ইজৰাইল-পেলেষ্টাইন সংঘাত বুলি

ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয় আৰু কমেও ৯ বছৰ পুৰণি, আৰু ২০১৪ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে, আৰু শেহতীয়াকৈ ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।