বৃহস্পতিবাৰ, মে’ 9, 2024
বৃহস্পতিবাৰ, মে’ 9, 2024

Home 2023 আগষ্ট

Monthly Archives: আগষ্ট 2023

Fact Check: চন্দ্ৰযান-৩ৰ সাফল্যৰ ফটো বুলি ভাইৰেল হ’ল ‘মাৰ্চ অৰ্বিটাৰ স্পেচক্ৰাফ্ট’ৰ সাফল্যৰ পুৰণি ফটো

ইছৰোৰ সাফল্যত উৎফুল্লিত বৈজ্ঞানিকসকলৰ এই ফটো চন্দ্ৰযান-৩ মিছনৰ নহয়, বৰং ২০১৩ চনতে উৎক্ষেপন কৰা ‘মাৰ্চ আৰ্বিটাৰ স্পেচক্ৰাফ্ট’ৰ সাফল্যৰ ১০ বছৰ পুৰণি ফটো।

FactCheck: চন্দ্ৰপৃষ্ঠত অশোক স্তম্ভ আৰু ইছৰ’ৰ ছবি প্ৰকৃত নহয়, ফটোশ্বপৰ দ্বাৰা প্ৰস্তুত কৰা ছবি ভাইৰেল

চন্দ্ৰপৃষ্ঠত অশোক স্তম্ভ আৰু ইছৰোৰ ল’গ’ৰ ছাপ ফটোশ্বপৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে, এয়া চন্দ্ৰপৃষ্ঠৰ ছবি নহয়। এগৰাকী শিল্পীয়ে চন্দ্ৰযানৰ সফলতাৰ শুভেচ্ছা হিচাপে প্ৰস্তুত কৰিছিল এই ছবি।