সোমবাৰ, মে’ 20, 2024
সোমবাৰ, মে’ 20, 2024

LATEST ARTICLES

জালিয়াতি, সন্ত্ৰাস আৰু মৃত্যুৰ আবাহন: ভাৰতত দ্ৰুতগতিত বিয়পি পৰিছে ‘টেলিগ্ৰাম টাস্ক কেলেংকাৰী’

জালিয়াতি, সন্ত্ৰাস আৰু মৃত্যুৰ আবাহন: ভাৰতত দ্ৰুতগতিত বিয়পি পৰিছে ‘টেলিগ্ৰাম টাস্ক কেলেংকাৰী’

Fact Check: বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ১.২৯ টকাকৈ বৃদ্ধি হোৱা নাই, বিভ্ৰান্তিকৰ পোষ্ট ভাইৰেল

প্ৰতি ইউনিট বিদ্যুৎৰ মূল্য ০.৯৯ টকাকৈ বৃদ্ধি কেৱল ৫০০ ইউনিটতকৈ বেছি ব্যৱহাৰ কৰা উপভোক্তাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ঔদ্যোগিক, বাণিজ্যিক গ্ৰাহকৰ ক্ষেত্ৰতো ১.২৯ টকাৰ পৰিৱৰ্তে ০.৫৯ টকাকৈহে বৃদ্ধি কৰা হৈছে। সৰ্বসাধাৰণ ৰাইজৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়। ভাইৰেল পোষ্ট আৰু বাতৰি বিভ্ৰান্তিকৰ।

Fact Check: কানাডাত RSS ক নিষিদ্ধ কৰা হৈছে নেকি? ভাইৰেল দাবীৰ আঁৰৰ তথ্য ইয়াত পঢ়ক

কানাডাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক নিষিদ্ধ কৰা ভাইৰেল দাবীটো ভুৱা। কানাডিয়ান চৰকাৰে এতিয়ালৈকে আৰএছএছক নিষিদ্ধ কৰাৰ কোনো নিৰ্দেশ জাৰি কৰা নাই।

Fact Check: পৰম্পৰাগত গণেশৰ মূৰ্তি নিৰ্মাণকাৰী ভাস্কৰ্য শিল্পীৰ বিৰুদ্ধে তামিলনাডু চৰকাৰৰ অন্যায়? ভাইৰেল দাবী মিছা

তামিলনাডু চৰকাৰে পৰম্পৰাগত গণেশ মূৰ্তি ব্যৱসায়ত নিষেধাজ্ঞা আৰোপ কৰি অন্যায় কৰাৰ দাবী মিছা। নিয়ম ভংগ কৰি মূৰ্তি নিৰ্মাণ কৰা সকলৰ বিৰুদ্ধেহে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Fact Check: অসমৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ লৈ বৃদ্ধি কৰা হোৱা নাই, ভাইৰেল দাবী ভুৱা

অসমৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অৱসৰৰ বয়স ৬০ বছৰেই বাহাল আছে। অৱসৰৰ বয়স বৃদ্ধি কৰাৰ বাবে কোনো নিৰ্দেশনা জাৰি হোৱা নাই।

মেহবুবা মুফতিৰ কন্যাই ‘OMKARA’ত অভিনয় কৰিছিল নেকি? ইৰতিকা আৰু ইলতিজা মুফতি সন্দৰ্ভত ভাইৰেল দাবী মিছা

মেহবুবা মুফতিৰ কন্যাৰ বিষয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দাবীটো ভুৱা। দাবীটোত উল্লেখ কৰা অনুসৰি ইৰতিকা মুফতিয়ে ওমকাৰা চলচ্চিত্ৰত অভিনয় কৰা নাছিল। আনগৰাকী কন্যা ইলতিজা মুফতিও আইএফএছ বিষয়া হিচাপে বৰ্তমান লণ্ডনত নাই, বৰঞ্চ ২০১৫ চনৰ পৰাই তেওঁ শ্ৰীনগৰত বাস কৰি আছে।