Trending Now
NEWS
Fact Check: ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নাই নিৰ্বাচন...
১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে। ভাইৰেল দাবী ভুৱা।
Fact Check: আদিত্য এল ১ এ প্ৰেৰণ কৰা সূৰ্যৰ ফটো নহয়...
ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। সেই ফটোবোৰৰ প্ৰথমখন শিল্পীৰ সৃষ্টি, আনফালে বাকীবোৰ ফটো ইতিপূৰ্বেই একাধিক এষ্ট্ৰোফটোগ্ৰাফাৰে সংগ্ৰহ কৰা ফটো। ফটোবোৰ ইছৰোই প্ৰেৰণ কৰা আদিত্য এল ১ এ লোৱা শেহতীয়া ফটো নহয়।
POLITICS
‘ইউৰোপত ইছলামৰ কোনো স্থান নাই’, ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনতে দিয়া মন্তব্য...
ভাইৰেল ভিডিঅ’টো ইটালীৰ ৰোমত অনুষ্ঠিত ৰাজনৈতিক বৈঠকত প্ৰদান কৰা নহয়। ভিডিঅ’টো ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ইণ্টাৰনেটত উপলব্ধ, যিটো জৰ্জিয়া মেলোনিয়ে ইটালীৰ এগৰাকী ৰাজনীতিবিদৰ বক্তব্যৰ সৈতে সন্মতি প্ৰকাশ কৰিছে।
Fact Check: মল্লিকাৰ্জুন খাৰ্গেই ৰাহুল গান্ধীক শ্বহীদ বুলি কৈছিল নেকি? সম্পাদিত...
এই দাবীটো এটা সম্পাদিত ভিডিঅ’ৰ কিয়দংশ। মল্লিকাৰ্জুন খাৰ্গেই মূল ভিডিঅ’টোত তৎক্ষণাৎ এই ভুলৰ বাবে ক্ষমা বিচাৰিছিল।
VIRAL
Fact Check: অযোধ্যাত ৰাম মন্দিৰত প্ৰাণপ্ৰতিষ্ঠাৰ কথা শুনি বান্দৰ সেনা অযোধ্যাত উপস্থিত? ভিডিঅ’টোৰ সত্যতা...
এই ভিডিঅ’ ভাৰতৰ অযোধ্যাৰ নহয়, বৰং থাইলেণ্ডৰহে। আনহাতে এই ভিডিঅ’ শেহতীয়া নহয়, বৰং ২০২০ ৰেই। ভাইৰেল দাবী মিছা।
Fact Check: অযোধ্যাত ৰামৰ মূৰ্তি মুছলমান পিতা-পুত্ৰই নিৰ্মাণ কৰিছে নেকি?
অযোধ্যাত ৰাম মূৰ্তি সৃষ্টিৰ কাম মুছলমান পৰিয়ালক গতাই দিয়া হৈছে বুলি ভাইৰেল দাবী মিছা। তিনিগৰাকী ভাস্কৰ্য শিল্পী গণেশ ভাট, অৰুণ যোগীৰাজ আৰু সত্যনাৰায়ণ পাণ্ডে ৰামমূৰ্তি সৃষ্টিৰ কামত ব্যস্ত হৈ আছে।
Fact Check: ৫ মিনিটত পিঠিৰ বিষ উপশম কৰা কাইৰোপ্ৰেক্টিক চিকিৎসাৰ দাবী বিভ্ৰান্তিকৰ
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দাবীটো বিভ্ৰান্তিকৰ। যিজন ব্যক্তিৰ ওপৰত এই দাবীৰ উদ্ধৃতি দিয়া হৈছে তেওঁও স্বীকাৰ কৰিছে যে সকলোধৰণৰ কঁকালৰ বিষৰ চিকিৎসা পাঁচ মিনিটত কৰিব নোৱাৰি।
RELIGION
Fact Check: অযোধ্যাত ৰাম মন্দিৰত প্ৰাণপ্ৰতিষ্ঠাৰ কথা শুনি বান্দৰ সেনা অযোধ্যাত উপস্থিত? ভিডিঅ’টোৰ সত্যতা...
এই ভিডিঅ’ ভাৰতৰ অযোধ্যাৰ নহয়, বৰং থাইলেণ্ডৰহে। আনহাতে এই ভিডিঅ’ শেহতীয়া নহয়, বৰং ২০২০ ৰেই। ভাইৰেল দাবী মিছা।
সাবৰীমালা মন্দিৰত ভিৰৰ মাজতে কিছুসময়ৰ বাবে পিতৃক বিচাৰি নাপাই কান্দি থকা শিশুৰ ভিডিঅ’ সাম্প্ৰদায়িক...
সবৰীমালা মন্দিৰত হোৱা বিশাল হুলস্থুলৰ মাজতে কিছুসময়ৰ বাবে পিতৃক বিচাৰি নাপাই কান্দি থকা শিশুৰ ভিডিঅ’ এটা সাম্প্ৰদায়িক ৰহণ সানি ভাইৰেল কৰা হৈছে।
‘ইউৰোপত ইছলামৰ কোনো স্থান নাই’, ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনতে দিয়া মন্তব্য শেহতীয়া বুলি ভাইৰেল